অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতি ৰক্ষার্থে নিৰ্মাণ হ’বলগীয়া ‘শ্বহীদ স্মাৰক’ আৰু ‘শ্বহীদ উদ্যান’ৰ ভূমিপূজন তথা নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শ্বহীদসকলৰ মহান ত্যাগক তেও শ্ৰদ্ধাৰে স্মৰণ কৰে।
অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতি ৰক্ষার্থে নিৰ্মাণ হ’বলগীয়া ‘শ্বহীদ স্মাৰক’ আৰু নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025