নিষিদ্ধ ঘোষিত আলফা (স্বাধীনৰ) বহু অলিখিত তথ্যৰে ধীৰুমণি গগৈৰ দ্বাৰা লিখিত ‘নিষিদ্ধ যোদ্ধা’ ইতিমধ্যে প্ৰকাশ পাইছে৷ আজি ধীৰুমণি গগৈৰ লগতে তিনিচুকীয়া ভালেসংখ্যক জ্যেষ্ঠ সংবাদকৰ্মীসকলৰ উপস্থিতিত তিনিচুকীয়া প্ৰেছ ক্লাবত প্ৰকাশক সহ উপস্থিত হৈ নিষিদ্ধ যোদ্ধাৰ শুভ উন্মোচন কৰে ৷ লিখক ধীৰুমণি গগৈৰ লগতে প্ৰকাশক গোষ্ঠীয়ে সকলো পঢ়োৱৈ সমাজৰ সহায়-সহযোগিতা তথা পৰামৰ্শ কামনা কৰিছে।
তিনিচুকীয়াৰ সংবাদিক চ’ৰাৰ কায্যালয়ত “নিষিদ্ধ যোদ্ধা”ৰ উন্মোচন
-
By publisher

- Categories: Assam, India, News
- Tags: AssamBook ReleaseDhirumoni gogoitinisukia
Related Content
Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
By
publisher
April 29, 2026
Akhil Gogoi's open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
By
publisher
April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026