বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

Screenshot 111

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত গোসাইগাঁও মহকুমাৰ ভোটাৰ ৰাইজে নিজ নিজ ভোট কেন্দ্ৰত স্বতঃস্ফূৰ্ত ভাৱে নিজপছন্দৰ প্ৰাৰ্থীক শান্তিপূৰ্ণ ভাৱে ভোট প্ৰদান কৰা দেখা গৈছে ৷

প্ৰতিটো ভোট কেন্দ্ৰত পুৰুষ মহিলা ,যুৱক যুৱতী ,বৃদ্ধ বৃদ্বা সকলই হিলদলভাঙি নিজৰ ভোট অধিকাৰ সাব্যস্ত কৰিছে ৷

গোসাইগাঁৱৰ প্ৰতিটো ভোট কেন্দ্ৰত আজিৰ ভোট প্ৰদান সুকলমে অনুষ্ঠিত কৰাৰ বাবে গোসাইগাঁও মহকুমা প্ৰশাসনে সুচাৰুৰূপে কৰ্তব্য পালন কৰিছে ৷

Exit mobile version