জয়ী হোৱাৰ পিছত প্ৰাক্তন NDFB (S)ৰ নেতা বিআৰ ফেৰেঙা ওৰফে ৰঞ্জিত বসুমতাৰীৰ মন্তব্য

4a9fe690 6f3d 47e0 89b1 a06409d21b6e

ভাল লাগিছে ৰাইজৰ জয় মোৰ জয় নহয় । ৰাইজে বিচৰা ধৰণে মই আগবাঢ়িব পাৰিছোঁ ।যিকোনো পথ বহুত কঠিন। বুলেটৰ পৰা বেলেটলৈ আমাৰ এই যাত্ৰা ৰাইজে বিচৰা মতে সময়ৰ আহ্বান।

Exit mobile version