#BTC Election Updates

IMG 20201212 WA0059

*Updates*

*দেৱৰগাঁৱত পঞ্চম ৰাউণ্ড পৰ্যন্ত UPPLএ ১১৩৭৯টা আৰু BPFএ ৮৭১২টা পাইছে*

*বনৰগাঁৱত ষষ্ঠ ৰাউণ্ডলৈ BPFএ ১১৪১৬ টা আৰু UPPLএ ১০০৯৯টা পাইছে*

*ছালাকাটিত চৰ্তুথ ৰাউণ্ডলৈ BPFএ ৭৩১৩টা আৰু UPPLএ ৬০৫৬টা পাইছে*

*বাউখুংগ্ৰীত ৪থ ৰাউণ্ডলৈ BPFএ ৮২৩৫টা আৰু UPPLএ ৫৯১৫টা পাইছে*

*ফকীৰাগ্ৰামত তৃতীয় ৰাউণ্ড পৰ্যন্ত BJPএ ৬৭২৪টা আৰু AIUDFএ ৬১০৫টা পাইছে*

Exit mobile version