পুনিত পাঠক আৰু নিধি মৌনি সিঙৰ বৈবাহিক জীৱনৰ আৰম্ভণি

punit pathak wedding 1

ক’ৰিঅ’গ্ৰাফাৰ পুনিত পাঠক আৰু নিধি মৌনি সিঙে শুক্ৰবাৰে বৈবাহিক জীৱনৰ পাতনি মেলে । এই দম্পতীহালৰ বিয়াত উপস্থিত থাকে জনপ্ৰিয় কৌতুক অভিনেত্ৰী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচিয়া ।

নিধি মৌনি সিং আৰু পুনিতে ৰঙ মিলাই পোচাক পৰিধান কৰে । পুনিতক পীচ ৰঙৰ চেৰৱানি আৰু নিধিক গুলপীয়া ৰঙৰ লেহেঙ্গাত অতি মনমোহা ৰূপত দেখা যায় ।

বিয়াৰ অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ ভাৰতী সিঙে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত শ্বেয়াৰ কৰিছে আৰু লগতে পুনিত পাঠকৰ ফেন ক্লাবেও শ্বেয়াৰ কৰিছে । ট্ৰেণ্ডিং হৈ থকা এটা বিয়াৰ ভিডিঅ’ত ভাৰতীক পুনিতৰ স’তে নাচি থকা দেখিবলৈ পোৱা যায় ।

চাওক পুনিত পাঠক আৰু নিধি মৌনি সিঙৰ বিবাহৰ ট্ৰেণ্ডিং ভিডিঅ’ আৰু ফটোঃ

https://www.instagram.com/tv/CIr62S0BEKU/?utm_source=ig_web_button_share_sheet

https://www.instagram.com/p/CIqjai1BEzX/?utm_source=ig_web_copy_link

https://www.instagram.com/p/CIqtJfmBGHu/?utm_source=ig_web_copy_link

Exit mobile version