ফল-মূল সকলোৰে প্ৰিয়

2 2 2 3foodgroups fruits detailfeature thumb

১/ ফল খালে আপোনাৰ শৰীৰত সহজে ৰোগৰ বীজাণুয়ে বাঁহ সাজিব নোৱাৰে।

২/ ফলে আপোনাৰ স্বাস্থ্য ও আপোনাক শক্তিশালী কৰি তোলে।

৩/ প্রায় সকলোবোৰ ফলতেই থাকে অজস্ৰ পানী, যিয়েনেকি আপোনাৰ শৰীৰৰ স্কিনখন আৰু মুখখন নৰম,উজ্বল আৰু সুস্থ কৰি ৰাখে।

৪/ প্রত্যেকটি ফলেই এন্টি-অক্সিডেন্টেৰে ভৰপূৰ, যিয়েই শৰীৰৰ অপকাৰী বেক্টেৰিয়া বোৰৰ বিপৰীতে কাৰ্য্য কৰে।

৫/ ফলত থাকে প্রচুৰ পৰিমাণে ফাইবাৰ বা আঁহ, যিয়েই শৰীৰত মেদ গঢ় লোৱাত বাধা দিয়ে, ফলত আপুনি শৰীৰৰ অলাগতিয়াল ওজনৰ পৰা বাচি থাকিব পাৰে।

৬/ ফলে শৰীৰৰত বিভিন্ন কাৰণত কমিবলৈ ধৰা বিভিন্ন ভিটামিন ও মিনাৰেল বোৰ পূৰণ কৰে।

৭/ ফল নিয়মিতভাবে খোৱা জনৰ সৌন্দৰ্য্য বৃদ্ধি পায়।

৮/ ব্রেইনৰ কৰ্মক্ষমতা বৃদ্ধিত ফলত থকা উপাদানবোৰৰ গুৰুত্ব অপাৰ।

৯/ যিহেতু ফল সম্পূৰ্ণ এটি প্রাকৃতিক উপাদান, আৰু ইয়াত থকা উপাদান বোৰ শৰীৰৰ বাবে বহু বেছি এনার্জি বৰ্ধক।

১০/ ফলে মানুহৰ বিপাকীয় কাৰ্য্য সবল কৰি ৰাখে আৰু হজমশক্তি বৃদ্ধি কৰে।
সেয়েহে বাহিৰৰ ক্ষতিকাৰক ফাষ্ট-ফুড বোৰ গ্ৰহণ কৰাৰ পৰিৱৰ্তে নিয়মীয়াকৈ ফল খাওক আৰু সুস্থ হৈ থাকক।

Exit mobile version