বিজেপি বিপিএফে বিটিচিত পৰিষদ গঠন কৰিব

hagram

◆সঘনে সলনি হৈছে বিটিচিৰ ৰাজনৈতিক দৃশ্য পট ।
◆বিজেপি বিপিএফে বিটিচিত পৰিষদ গঠন কৰিব : এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ।
◆হাগ্ৰামা মহিলাৰীয়ে কয় – বিজেপিৰ সৈতে আমাৰ মিত্ৰতা এতিয়াও আছে।
◆ ৰাজ্য চৰকাৰত আমি একেলগে আছো ।
◆মিত্ৰতা দিল্লীত হৈছিল। ভাঙিলে দিল্লীয়ে ভাঙিব।
◆সংবাদমেল যোগে এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

Exit mobile version