বিশ্ব বিখ্যাত এটি শিশু

01 2020 12 10T185125.602

বিশ্ব বিখ্যাত এটি শিশু । শিশুটোৰ বয়স সাত বছৰ । কানাডাৰ এই কণমানি জনীৰ নাম ৰ’ৰি ভেন আলফট্ ।

বয়সৰ তুলনাত অধিক শক্তিশালি ৰ’ৰি। এতিয়া ছ’চিয়েল মিডিয়াত দ্ৰুত গতিত বৃদ্ধি পাইছে কণমানি জনীৰ ভিডিঅ । ভিডিঅটোত কানাডাৰ এই কণমানি জনীয়ে দাঙিছে ৮০কেজি ওজনৰ ৱেইট লিফটিং ।

https://www.instagram.com/p/CIZNicQnjlx/?utm_source=ig_web_button_share_sheet

ৰ’ৰিৰ এই ভিডিঅই এতিয়া ছ’চিয়েল মিডিয়াত তোলপাৰ লগাইজে। দুবছৰৰ আগত কণমানিজনীয়ে প্ৰশিক্ষণ লৈছিল আৰু তাৰ পাছৰ পৰাই আৰু অধিক শক্তিশালী হৈ পৰিছে ৰ’ৰি।

https://www.instagram.com/p/CIThWG6Hw_k/?utm_source=ig_web_copy_link

Exit mobile version