বিটিআৰত অহা কালি নৱ নিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণ

Screenshot 129

■ অহা কালি বিটিচিত নৱ নিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠিত হ’ব ।
■ ইউপিপিএল, বিজেপি আৰু জিএছপি দলে যুটীয়াভাৱে চৰকাৰ গঠন কৰিব ।
■ বিটিআৰত শান্তিময় পৰিৱেশ স্থাপন কৰাৰ আশ্বাস ইউপিপিএল নেতা প্ৰমোদ বড়োৰ ।
■ কাইলৈ স্থানীয় বন্ধ ঘোষণা ।

Exit mobile version