অসম জাতীয় পৰিষদৰ ৪৭ জনীয়া ৰাজ্যিক সমিতি গঠন

IMG 20201217 WA0059

অসম জাতীয় পৰিষদৰ শিৱসাগৰত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তনৰ দ্বিতীয় তথা অন্তিম দিনা সম্পন্ন প্ৰতিনিধি সভাই মূল ৪৭ জনীয়া ৰাজ্যিক সমিতি গঠনৰ কৰে ।আজিৰ প্ৰতিনিধি সমিতিয়ে লুৰিণজ্যোতি গগৈক সভাপতি, পবিন্দ্ৰ ডেকাক কাৰ্যকৰী সভাপতি আৰু জগদীশ ভূঞাক সাধাৰণ সম্পাদক ৰূপে লৈ ১১ গৰাকী উপসভাপতি, ১১ গৰাকী সম্পাদক, ১১ গৰাকী যুটীয়া সম্পাদক আৰু ১১ গৰাকী সাংগঠনিক সম্পাদক লৈ পূৰ্ণাংগ সমিতিখন গঠন কৰা হয়।বৰ্ডিং খেলপথাৰত অনুষ্ঠিত আজিৰ মুকলি সভাত এই সমিতি ঘোষণা কৰি দলৰ পৰৱৰ্তী কাৰ্য পৰিচালনা কৰিবলৈ দায়িত্ব প্ৰদান কৰা হয় । অসম জাতীয় পৰিষদৰ নতুন সমিতি হ’ল –

সভাপতি : লুৰিণ জ্যোতি গগৈ, কাৰ্যকৰী সভাপতি : পবিন্দ্ৰ ডেকা, উপ-সভাপতি : অদীপ কুমাৰ ফুকন, ড° শিখৰ শৰ্মা ,ৰাণা চাংমাই,ৰবীন্দ্ৰ কুমাৰ দত্ত,ইজৰাইল নন্দ,ইমদাদ হুছেইন,পলাশ ৰঞ্জন বৰুৱা,প্ৰদীপ ৰঞ্জন কৰ,ডাঃ হৰেন চুতীয়া, ডাঃ বীৰেন বৰুৱা আৰু প্ৰণিতা ডেকা ।

সাধাৰণ সম্পাদক : জগদীশ ভূঞা , সম্পাদক : চিত্ৰৰঞ্জন বসুমতাৰী,বিশ্বজিৎ টিপমীয়া,ৰাজু ফুকন,জান বৰা,ৰাফেল কুজুৰ ৰাজীৱ ভট্টাচাৰ্য্য, সঞ্জয় দেৱ,দীপক হাজৰিকা,  আব্দুল হাচিব,বাণী দাস, অমল ডেকা ।

যুটীয়া সম্পাদক : প্ৰিন্স ফাইজুল হক, ডাঃ গোপাল ফুকন, মৈত্ৰেয়ী প্ৰিয়দৰ্শীনি, চন্দ্ৰপ্ৰকাশ শৰ্মা খান্দেৱাল, কমলেশ ডেকা,  সুবীৰ মেচ, লুচী নেওগ, ইমদাজ হুছেইন,  লাকীমণি বৰুৱা, দুলদুল বৰকটকী আৰু পার্থপ্ৰতীম ভৰালী ।

সাংগঠনিক সম্পাদক : চন্দন সন্দিকৈ, ৰূপজ্যোতি ৰাজবংশী, অচ্যুত শইকীয়া, গোবিন্দ গায়ন, ৱাহিদুৰ খণ্ডকাৰ, টংকেশ্বৰ কোঁৱৰ, মহেশ শৰ্মা, ফকৰুল ইছলাম মজুমদাৰ, ৰাণা বৰদলৈ, পৱন শইকীয়া আৰু ৰঞ্জন কোঁৱৰ ।

Exit mobile version