তিনিচুকীয়াত ভয়ংকৰ ঘটনা

holding knife in back 1

তিনিচুকীয়া চহৰৰ থানাচাৰিআলিৰ মাজমজিয়াত থকা শুভকামনা নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অঘটন ৷

দোকানখনৰ এগৰাকী  কৰ্মৰত মহিলাকৰ্মচাৰীক কোনো অচিনাক্ত যুৱকে চুকা অস্ত্ৰৰে আঘাট কৰি পলায়ন কৰে ৷

ততাতৈয়াকৈ কৰ্মচাৰী গৰাকীক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

ঘটনাক লৈ তিব্ৰ চাঞ্চল্য তিনিচুকীয়া চহৰত ৷

ঘটনাস্থলীত উপস্থিত তিনিচুকীয়া সদৰ আৰক্ষী, তদন্ত আৰম্ভ ৷

 

Exit mobile version