শ্বুটিংৰ মাজতে অসুস্থ হৈ পৰে বলিউডৰ জনপ্ৰিয় অভিনেতা মিথুন চক্ৰৱৰ্তী

75563452

●শনিবাৰে শ্বুটিং চলি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে বলিউডৰ অভিনেতা মিথুন চক্ৰৱৰ্তী ।

●উল্লেখযোগ্য যে পৰিচালক বিবেক অগ্নিহোত্ৰীৰ আহিবলগীয়া ছবি (The Kashmir Files)ৰ শ্বুটিং চলি আছিল ।

●অসুস্থতাৰ মাজতে ক্ষন্তেক জিৰণি লৈ পুনৰ শ্বুটিংৰ কাম সমাপ্ত কৰিহে তেওঁ ঘৰলৈ যায় ।

Exit mobile version