নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ বাবে আইজিপিলৈ পত্ৰ প্ৰেৰণ হাগ্ৰামা মহিলাৰীৰ

Hagrama Mohilary

বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিজৰ সকলো নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰিবলৈ কোকৰাঝাৰ স্থিত বিটিচিৰ আইজিপিলৈ পত্ৰ প্ৰেৰণ কৰে।

তেওঁ পত্ৰত উল্লেখ কৰে যে, তেওঁৰ ঘৰৰ লগতে তেওঁৰ লগত দিয়া সকলো নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ আজিৰ পৰাই কাৰ্যকৰী হ’ব লাগে ।

Exit mobile version