চুক্তি স্বাক্ষৰ কৰিলে অইল ইণ্ডিয়া লিমিটেড আৰু আসাম হাইড্ৰ’কাৰ্বন এণ্ড এনাৰ্জী কোম্পানী লিমিটেডে

Screenshot 151

অইল ইণ্ডিয়া লিমিটেড আৰু আসাম হাইড্ৰ’কাৰ্বন এণ্ড এনাৰ্জী কোম্পানী লিমিটেড (AHECL)ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

ADVERTISEMENT

OALP-I ৰ অধীনত নামৰূপ ব্ল’কৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডে অংশীদাৰ হ’ব পাৰিব আৰু ই উত্তৰ-পূৱ হাইড্ৰ’কাৰ্বন ভিছনক গতিশীলতা প্ৰদান কৰিব।

Exit mobile version