জনপ্ৰিয় অভিনেত্ৰী ৰাকুল প্ৰীত সিংৰ দেহত পোৱা গৈছে কৰ’নাৰ অৱস্থিতি

freepressjournal import 2019 03 rakul

●জনপ্ৰিয় অভিনেত্ৰী ৰাকুল প্ৰীত সিঙৰ ক’ৰনা পৰীক্ষণৰ ফলাফল পজিটিভ আহিছে ।

●ছ’চিয়েল মিডিয়াযোগে এই বাৰ্তা প্ৰেৰণ কৰে অভিনেত্ৰীগৰাকীয়ে ।

●বৰ্তমান নিজকে আই’ছোলেচনত ৰাখিছে বুলিও জানিব দিয়ে ৰাকুল প্ৰীত সিঙে ।

●নিজৰ টুইটাৰ একাউন্টৰ এটা পোষ্টত তেওঁ লিখিছে যে, তেওঁ ক’ভিড পজিটিভ আৰু তেওঁ বৰ্তমান নিজকে কোৱাৰেন্টাইন কৰি ৰাখিছে । কিছুদিন জিৰণি লৈ পুনৰ শ্বুটিং আৰম্ভ কৰিব ।

●তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে তেওঁ ক’ভিড টেষ্ট কৰিবলৈ কোৱাৰ লগতে সকলোকে সুৰক্ষিত থাকিবলৈও আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে ।

Exit mobile version