কৰ্মসংস্থাপনৰ দাবীৰ লগতে খালি হৈ থকা সকলো পদ অতি শীঘ্ৰে পূৰণ কৰা , দুৰ্নীতিমুক্ত প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা , কৰ্ম সংস্থাপন দিব নোৱাৰালৈকে সকলো নিবনুৱাক মহিলী ৬০০০ টকা কৈ নিবনুৱা ভট্টা প্ৰদান কৰা , নতুন উদ্যোগ স্থাপন কৰা , বন্ধ হৈ থকা উদ্যোগ সমূহ পুনৰুজ্জীৱিত কৰা ,অসমৰ ৰাজহুৱা আৰু ব্যক্তিগত সকলো প্ৰতিষ্ঠানৰ ৩য় আৰু ৪ৰ্থ বৰ্গ ৰ পদত অসমৰ যুৱক যুৱতীক নিযুক্তি দিয়া,ঠিকা ভিত্তিক শিক্ষক কৰ্মচাৰীৰ চাকৰি স্থায়ী আৰু ভেন্সাৰ শিক্ষক কৰ্মচাৰীৰ চাকৰি প্ৰাদেশিকীকৰণ কৰা আদি দাবীৰে সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াটো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠন দুটাই ।
সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াটো আজি ব্যাপক কৰ্ম সংস্থাপন সৃষ্টিৰ দাবীত ভাৰতৰ ছাত্ৰ ফেডাৰেচন(SFI)আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (DYFI)উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
-
By publisher

Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026