উত্তপ্ত BTC ৰ সদন: আজি আস্থা ভোট

WhatsApp Image 2020 12 24 at 10.43.41 AM

■BTC অধিবেশনত অভাৱনীয় পৰিস্থিতি।
■ভোটদানৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BPFৰ প্ৰতিবাদ।
■গণতন্ত্ৰক হত্যা কৰা হৈছে। হত্যাকাৰী go back- BPF ৰ উত্তাল প্ৰতিবাদ।
■Agenda সদৰী কৰিবলৈ দাবী।
■অধ্যক্ষৰ mike দলিয়ালে।
■UPPL BJP GSP মিত্ৰ বাহিনীৰ পাৰিষদক শপত লোৱাত বাধা।
■প্ৰমোদ বড়ো আৰু গোৱিন্দ বসুমতাৰীৰ শপতৰ পাছতে প্ৰতিবাদ।
■Democracy long live, Violence go back : প্ৰমোদ বড়োৰ নেতৃত্বত শ্লোগান।
■10 minute ৰ বাবে সদন স্থগিত।

Exit mobile version