APSC পৰীক্ষাৰ ফলাফল ঘোষনা

apsc img

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৮ বৰ্ষৰ অসম অসামৰিক সেৱা আৰু অন্য সংযুক্ত পৰীক্ষাৰ ফলাফল আজি ।ঘোষনা কৰা হয় ।

অসম অসামৰিক সেৱা কণিষ্ঠ গ্ৰেডৰ মুঠ পদৰ সংখ্যা ১৩৮ টা ।

আজি পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে কংকন জ্যোতি শইকীয়াই ।

WWW. apsc. nic. in ৱেবছাইটত উপলব্ধ পৰীক্ষাৰ ফলাফল ।

Exit mobile version