কাঠমাণ্ডুৰ পৰা উৰা মাৰিছিল পোখৰালৈ, গৈ পালে চাৰিশ কিলােমিটাৰ আঁতৰৰ জনকপুৰ

josue isai ramos figueroa n2NBgIx3A28 unsplash scaled 1

নেপালৰ বুদ্ধ এয়াৰ’ কর্তৃপক্ষৰ ভুলৰ বাবে নির্দিষ্ট স্থানৰ পৰিৱর্তে প্রায় চাৰিশ কিলােমিটাৰ আঁতৰত অৱতৰণ কৰিলে এখন বিমান। দেশৰ আভ্যন্তৰীণ যাত্রী সেৱাত জড়িত বিমানখনে পােখৰাত অৱতৰণ কৰিব লাগিছিল যদিও লক্ষ্যভ্রষ্ট হৈ জনকপুৰত অৱতৰণ কৰে। বিমানখনত যাত্ৰা কৰিছিল ৬৬জন যাত্রীয়ে। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ ত্রিভুৱন আন্তর্জাতিক বিমানকোঠৰ পৰা যাত্রী লৈ বুদ্ধ এয়াৰৰ বিমানখনে দেশখনৰ উত্তৰ-পশ্চিমৰ ব্যৱস্থা অমান্য কৰাৰ ফলতে এনে ঘটনা সংঘটিত হ’ব পাৰে।

ঘটনাটোৰ পূৰ্ণাংগ পৰ্যায়ৰ তদন্ত হ’ব বুলিও বিষয়াজনে জনায়। তদন্তত কাৰ দোষত এনে এটা ঘটনা ঘটিবলৈ পালে সেই সন্দৰ্ভতাে পর্যালােচনা কৰা হ’ব।বিমানখনৰ যাত্রীসকলে কিছু সময়লৈ আতংকগ্রস্ত হৈ যদিও সৌভাগ্যক্রমে কিন্তু কোনাে অঘটন নঘটিল। অৱশ্যে পৰৱৰ্তী সময়ত বিশেষ অনুমতি সাপেক্ষে এখন পৃথক বিমান যাত্রীসকললৈ জনকপুৰৰ পৰা পােখৰালৈ উৰা মাৰে; কিন্তু বুদ্ধ এয়াৰৰ ত্ৰুটিৰ বাবে গন্তব্য স্থান ব্যৱস্থা অমান্য কৰাৰ ফলতে এনে ঘটনা সংঘটিত হ’ব পাৰে।

ঘটনাটোৰ পূৰ্ণাংগ পৰ্যায়ৰ তদন্ত হ’ব বুলিও বিষয়াজনে জনায়। তদন্তত কাৰ দোষত এনে এটা ঘটনা ঘটিবলৈ পালে সেই সন্দৰ্ভতাে পর্যালােচনা কৰা হ’ব লক্ষ্যভ্রষ্ট।বিমানখনৰ যাত্রীসকলে কিছু সময়লৈ আতংকগ্রস্ত হৈ যদিও সৌভাগ্যক্রমে কিন্তু কোনাে অঘটন নঘটিল। অৱশ্যে পৰৱৰ্তী সময়ত বিশেষ অনুমতি সাপেক্ষে এখন পৃথক বিমান যাত্রীসকললৈ জনকপুৰৰ পৰা পােখৰালৈ উৰা মাৰে; কিন্তু বুদ্ধ এয়াৰৰ ত্ৰুটিৰ বাবে গন্তব্য স্থান ।

পােখৰালৈ উৰা মাৰিছিল; কিন্তু কোনেও ধৰিব নােৱৰাকৈয়ে বিমানখনে দেশখনৰ দক্ষিণৰ জনকপুৰত উপস্থিত হয়গৈ। উভয় স্থানৰ মাজত চাৰিশ কিলােমিটাৰৰ ব্যৱধান থকা সত্ত্বেও এনে এক বৃহৎ গাফিলতি সংঘটিত হয়। ঘটনাটোক লৈ যাত্ৰীসকল অবাক হৈ পৰাৰ সমান্তৰালভাৱে বিতর্কৰাে সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত বুদ্ধ এয়াৰৰ শীর্ষ বিষয়া এজনে কয়, যােগাযােগ ব্যৱস্থাৰ ত্ৰুটি তথা নির্দিষ্ট কিছু বিধিপােৱাত অনাহক বিলম্ব হােৱাত যাত্রীসকলে তীব্র অসন্তুষ্টি প্রকাশ কৰে।

ভৱিষ্যতে এনে ঘটনা পুনৰ সংঘটিত নােহােৱাৰ লক্ষ্যৰে বুদ্ধ এয়াৰে এতিয়া বিমানচালক তথা কৰ্মীসকলক অধিক ফলপ্রসূ প্রশিক্ষণ প্রদানৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে যােৱা বছৰ এনে ধৰণৰ ঘটনা এটি ব্রিটিছ এয়াৰৱেজৰ দৰে সংস্থাই সংঘটিত কৰিছিল। লণ্ডনৰ পৰা ডাছেলড়লৈ যাবলগীয়া বিমান এখনে গৈ উপস্থিত হৈছিল এডিনবাৰাত।

Exit mobile version