2222 2

ক’ভিডমুক্ত বিশ্বত সকলোৱে শান্তিৰে বাস কৰকঃ ডাঃ ভৱানন্দ দাস

বিশিষ্ট শৈল্য হৃদৰোগ বিশেষজ্ঞ

নৱবৰ্ষই সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক । সকলোৱে ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই আগুৱাই যাবলৈ সংকল্পবদ্ধ হওক । ক’ভিডমুক্ত বিশ্বত সকলোৱে সুখ-শান্তিৰে বাস কৰক ।

কেন্সাৰ আদিৰ চিকিৎসাৰ বাবে ৰাজ্যখনৰ ৰোগী যাতে বাহিৰলৈ যাবলগীয়া নহয় তাৰ বাবে আমাৰ চিকিৎসালয় হেল্থ চিটিত আন্তঃগাথঁনি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছো । তদুপৰি নাৰ্ছিং কলেজ-পেৰামেডিকেল কলেজ, ডি এম বি পাঠ্যক্ৰমৰ ব্যৱস্থা, সংৰোপণ চিকিৎসা আদিৰ বাবে পৰিকল্পনা হাতত লৈছো যাতে নতুন বৰ্ষত এইবোৰত সফল হ’ব পাৰো ।

Exit mobile version