প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বঙাইগাঁও জিলাত আনুষ্টানিক ভাৱে স্কুটী বিতৰণ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

1aacf446 9976 4c5a ad7a d7a7b478c8b7 1

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হোৱা ছাত্ৰীৰ মাজত শনিবাৰে বিতৰন কৰা হয় স্কুটী।

বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণী ভূষন চৌধুৰী। জিলা খনৰ সুখ‍্যাতিৰে উত্তীৰ্ণ হোৱা মুঠ উত্তীৰ্ণ হোৱা ২৯৩ গৰাকী ছাত্ৰীৰ ভিতৰত প্ৰথম পৰ্যায়ত শনিবাৰে ২০ গৰাকীক আগবঢ়োৱা হয় স্কুটী।

Exit mobile version