●টেছলাই ২০২০ত পাঁচ লাখ গাড়ী নিৰ্মাণ কৰিছে ।
●কোম্পানীটোৱে Q4ত S/X মডেলৰ ১৮,৯২০টা মডেল বিক্ৰী কৰিছে ।
●টেছলা কোম্পানীৰ চিইঅ’ এলন মাস্কে বিক্ৰীৰ হাৰ বৃদ্ধি কৰিবৰ বাবে বিনিমূল্যে তিনি মাহৰ বাবে পূৰ্ণ স্ব-ড্ৰাইভিংৰ সুবিধা দিছিল।
●কোম্পানীটোৱে বিগত বৰ্ষটোত পাঁচ লাখ গাড়ীৰ ৩৬ শতাংশ গাড়ী বিক্ৰী কৰিবলৈ অসফল হয় ।
●২০২০ত তেওঁলোকে ৪৯৯,৫০০ ইউনিট গাড়ী বিক্ৰী কৰে ।
●ইয়াৰে ১৮০,৫৭০ ইউনিট এছইউভি আৰু ছেডানছৰ ।
টেছলাই পাঁচ লাখ বাৰ্ষিক বিক্ৰীৰ লক্ষ্যত উপনীত হ’বলৈ অসফল
-
By publisher
Related Content
Minister Bimal Bora at the Assam Pavilion of the International Trade Fair:নতুন দিল্লীৰ আই আই টি এফত অসম দিৱস
By
publisher
November 22, 2024
Putin sends animals to Kim to boost ties with North Korea:উত্তৰ কোৰিয়াৰে ঘনিষ্ঠতা বৃদ্ধি ৰাছিয়াৰ, কীমলৈ জন্তু প্ৰেৰণ পুটিনৰ
By
publisher
November 22, 2024
Delhi has been polluted for 122 days this year:দিল্লীত চলিত বর্ষত ১২২ দিনতে প্ৰদূষণৰ ত্ৰাস
By
publisher
November 22, 2024
Dead leopard found in Guwahati:কংক্ৰিট মহানগৰীত উদ্ধাৰ মৃত নাহৰফুটুকী
By
publisher
November 22, 2024