নতুন সংসদ চৌহদ নিৰ্মাণত উচ্চতম ন্যায়ালয়ত সেউজ সংকেত

EiCcj6oU0AAu Ja

নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপত নতুন সংসদ চৌহদ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে।

‘Central Vista Project ‘ক প্ৰত্যাহ্বান জনাই আদালতৰ ওচৰ চাপিছিল একাংশই । এই প্রকল্প ২০,০০০কোটিৰ। ৰাষ্ট্ৰপতি ভৱনৰ পৰা ইণ্ডিয়া গেটলৈ চাৰি কিলমিটাৰ বিস্তৃত অঞ্চলত চৰকাৰী বিল্ডিং নিৰ্মাণ আৰু নবীকৰণ কৰা হ’ব . অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ ভূমিপূজন কৰিছিল ।

Exit mobile version