বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ ব্যাপক দুৰ্ণীতি

3fe9840b 8929 40c2 998c 3ff86b583f2f

 

নিশা অভয়াপুৰীত বঙাইগাঁও আৰক্ষীৰ বৃহৎ অভিযান। কলবাৰীৰ ৰফিকুল ইছলামৰ সুলভ মূল্যৰ দোকানত আৰক্ষীৰ চলাই এই অভিযান।ল’ৱাৰ আছাম পাব্লিক স্কুলৰ হোষ্টেলতো অভিযান আৰক্ষীৰ ।

কোঠাই কোঠাই ভৰ্তি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল। হাজাৰৰো অধিক চাউলৰ বস্তা উদ্ধাৰ কৰে আৰক্ষীয়ে। বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতী আৰু উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাসৰ নেতৃত্বত এই অভিযান।

Exit mobile version