ক’ভিড আপডেট

coronavirus test

■বিগত ২৪ ঘণ্টাত ভাৰতত ২০ হেজাৰ ৩৪৬ জন লোক নভেল কৰ’না ভাইৰাছত আক্ৰান্ত হয় ।
■মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি তিনি লাখ ৯৫ হেজাৰ ২৭৮ জন ।
■বিশ্বৰ ক’ভিড আক্ৰান্তৰ তালিকাত ভাৰত এতিয়াও দ্বিতীয় স্থানত ।
■ক’ভিডৰ ফলত এক লাখ ৫০ হেজাৰ ৩৩৬ জন প্ৰাণ হেৰুৱাইছে ।
■যোৱা ২৪ ঘণ্টাত ২২২ জন লোকৰ মৃত্যু হৈছে ।
■ভাৰতৰ মুঠ সুস্থতাৰ সংখ্যা হৈছে এক কোটি ১৬ হেজাৰ ৮৫৯ জন ।
■বিগত ২৪ ঘণ্টাত ১৯ হেজাৰ ৫৮৭ জন লোক ক’ভিডৰ পৰা সুস্থ হৈছে ।
■সম্প্ৰতি সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে দুই লাখ ২৭ হেজাৰ ৫৪৬ জন ।
■যোৱা ২৪ ঘণ্টাত ন লাখ ৩৭ হেজাৰ ৫৯০ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।

Exit mobile version