Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নিষিদ্ধ হ’ল হাঁহ-কুকুৰাৰ আমদানি

publisher by publisher
January 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
নিষিদ্ধ হ’ল হাঁহ-কুকুৰাৰ আমদানি

Chicken and bird flu

2
SHARES
16
VIEWS
ShareShareShareShare

মাঘৰ বিহুৰ উৰুকালৈ মাজত মাত্র তিনিদিন থকা অৱস্থাত ৰাজ্যৰ কুকুৰাৰ মাংসৰ বৃহৎ বজাৰত পক্ষীজ্বৰৰ প্ৰভাৱ পৰিল। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰাই জনায় যে অসমত এই পর্যন্ত পক্ষীজ্বৰৰ কোনাে তথ্য পােহৰলৈ অহা নাই; কিন্তু ভাৰতৰ কে’বাখনাে ৰাজ্যত এই জ্বৰৰ প্রাদুর্ভাব বৃদ্ধি হােৱাত অসমে সতর্কতামূলক ব্যবস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

ADVERTISEMENT

সেই অনুসৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আবেদন মর্মে ৰাজ্যপালে সতর্কতামূলক ব্যৱস্থা হিচাপে তৎকালে কার্যকৰী হােৱাকৈ পশ্চিম সীমান্তৰে অসমত হাঁহ-কুকুৰাৰ প্রৱেশ সাময়িকভাৱে নিষিদ্ধ কৰে। অসমৰ লগতে উত্তৰ-পূর্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ স্বাৰ্থতে এই সিদ্ধান্ত গ্রহণ কৰা হয়।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

মন্ত্রী বৰাই জানিবলৈ দিয়ে যে সতর্কতামূলক ব্যৱস্থা সন্দৰ্ভত ইতিমধ্যে অসমে আন ৰাজ্য কেইখনৰ পশুপালন বিভাগৰ লগতাে আলােচনা অব্যাহত ৰাখিছে। পক্ষীজ্বৰৰ ফলত ইয়াৰ ব্যৱসায়ৰ লগত জড়িত লােকসকল অভাৱনীয় লােকচানৰ গৰাহত পৰিছে। কাৰণ জ্বৰত আক্ৰান্ত হৈ পােহনীয়া চৰাইৰ মৃত্যু হােৱাৰ উপৰি সতর্কতামূলক ব্যৱস্থা হিচাপে সুস্থ চৰাইও নিধন কৰা হ’ব।

কাৰণ এই ৰােগ অত্যন্ত সেচৰা আৰু মহামাৰী সদৃশ। জাৰকালি বিদেশৰ পৰা উৰি অহা পৰিভ্রমী চৰাইৰ পৰাই এই ৰােগ বিয়পে। ভােগালী বিহুৰ প্ৰাকমুহূর্তত সৃষ্টি হােৱা এই পৰিৱেশে অসমত আগন্তুক দিনবােৰত কুকুৰা আৰু হাঁহৰ মাংসৰ মূল্য বৃদ্ধি কৰাৰ আশংকাৰ সৃষ্টি কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লগত বিভিন্ন ব্যৱসায়িক সংগঠনবােৰৰ এখন বৈঠক মহানগৰীত অনুষ্ঠিত হয়।

এই সন্দৰ্ভত অসমত পশুপালন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনােজ শইকীয়াই কয় যে বহিঃৰাজ্যৰ পৰা হাঁহ-কুকুৰাৰ আমদানি বন্ধ হলেও তাৰ সুযােগ লৈ দাম বৃদ্ধি নকৰে বুলি সংগঠনবােৰে আশ্বাস দিয়ে। প্রসংগক্রমে শইকীয়াই কয় যে আগন্তুক ছসপ্তাহলৈ অসমত হাঁহ-কুকুৰাৰ মাংসৰ অভাৱ নহয়। গতিকে মূল্যবৃদ্ধিৰ কথা নাহে। নিগমৰ তথ্য অনুসৰি, অসমত প্রতি সপ্তাহত ২৪ৰ পৰা ২৫ হেজাৰ কিলােগ্রাম হাঁহ-কুকুৰাৰ মাংস উৎপাদন হয়।

অসমৰ চাহিদা পূৰাবলৈ এয়া পর্যাপ্ত; কিন্তু অসমৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ বিশেষকৈ কুকুৰা যথেষ্ট পৰিমাণে প্রেৰণ কৰা হয় বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ যথেষ্ট পৰিমাণৰ কুকুৰা আহে; কিন্তু তেনে যােগান নিষিদ্ধ হােৱাৰ ফলত মূল্যবৃদ্ধি অৱধাৰিত হ’ল।

প্রসংগক্রমে চাহিদা বৃদ্ধিৰ সুযােগ লৈ উৰুকাৰ সময়ত সদায় মাছ-মাংসৰ মূল্যবৃদ্ধি হৈ আহিছে। তাৰ মাজতে পক্ষীজ্বৰৰ আশংকাত বহিঃৰাজ্যৰ যােগান বন্ধ কৰি দিয়া হয়। উল্লেখ্য যে বর্তমান কুকুৰাৰ প্রতি কিলােগ্ৰামৰ মূল্য ৩২০-৩৩০ টকা আনহাতে,ব্ৰয়লাৰৰ মূল্য হ’ল ১১০ টকা। আনহাতে, হাঁহ প্ৰতিটোৰ মূল্য হ’ল পাঁচশ টকা।হাঁহ-কুকুৰাৰ মাংসৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ আন আন মাংসৰ বজাৰতাে প্ৰভাৱ পৰাটো নিশ্চিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamAtul BoraBird Flu
publisher

publisher

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d