Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ৰাজেন দাস পৰিচালিত “লাইফ ইন্‌ এ পাপেট”লৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সন্মান

publisher by publisher
January 15, 2021
in Assam, Entertainment, News
Reading Time: 1 min read
0
ৰাজেন দাস পৰিচালিত “লাইফ ইন্‌ এ পাপেট”লৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সন্মান
2
SHARES
23
VIEWS
ShareShareShareShare

ভোগালী বিহুৰ উৎসাহ,উদ্দীপনাই অসমৰ ৰাইজক আনন্দমুখৰ কৰি ৰখাৰ সময়তে ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”এ পুনৰ সুখবৰ কঢ়িয়াই আনিছে অসমলৈ৷দাক্ষিণাত্যৰ চলচ্চিত্ৰৰ ৰাজধানী ৰূপে পৰিচিত চেন্নাইত অনুষ্ঠিত উৰুৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰাজেন দাস পৰিচালিত “লাইফ ইন এ পাপেট”এ লাভ কৰিছে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ বঁটা৷লগতে পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰৰ পৰিচালকৰ বঁটা৷

ADVERTISEMENT

ছবিখনে ভাৰতীয় চলচ্চিত্ৰ শাখাত শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ অভিনেত্ৰী,শ্ৰেষ্ঠ চিত্ৰনাট্যকে ধৰি বিভিন্ন শিতানত লাভ কৰিছে ছয়টা বঁটা৷উল্লেখ্য যে দাক্ষিণাত্যৰ চলচ্চিত্ৰ জগতৰ কিংবদন্তী পুৰুষসকলৰ সন্মানাৰ্থে আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্বৰ প্ৰায় ৩০ খন দেশৰ ডেৰশতাধিক ছবিয়ে বিভিন্ন শিতানত যোগদান কৰা বুলি ফেষ্টিভেল ডাইৰেক্টৰে জানিবলৈ দিছে৷

RelatedPosts

ক’ভিডসৃষ্ট পৰিৱেশৰ পাছত আজি ৰাজ্যৰ চিত্ৰগৃহত প্রথমখন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’ৰ মুক্তি

অভিনেত্ৰী আশা বৰদলৈৰ কৃতিত্বত আনন্দৰ জোৱাৰ নগাঁৱত

নৱবৰ্ষত অসমীয়া চিনেমালৈ আহিল সুখবৰ

চেন্নাইত আয়োজন কৰা ডিচেম্বৰ ,২০২০ উৰুৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহৰ আজি ঘোষিত সম্পূৰ্ণ ফলাফল অনুসৰি ৰাজেন দাস পৰিচালিত অসমীয়া চলচ্চিত্ৰ “লাইফ ইন্‌ এ পাপেট”ক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ হিচাপে ঘোষণা কৰা হৈছে৷যুটীয়াভাৱে শ্ৰেষ্ঠ বিবেচিত হৈছে ইণ্ডোনেছিয়াৰ চলচ্চিত্ৰ “Rio The Survivor”৷অসমৰ বিলুপ্তপ্ৰায় পুতলানাচৰ ওপৰত ৰাজেন দাসে নিৰ্মাণ কৰা চলচ্চিত্ৰ “লাইফ ইন এ পাপেট”এ মহোৎসৱত যোগদান কৰা ইউৰোপৰ অভিজাত বেনাৰৰ বহু নামী দামী চলচ্চিত্ৰক চেৰ পেলাই শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিছে৷মহোৎসৱত যোগদান কৰা আমেৰিকা ,কানাডা,ৰাছিয়া,চুইডেন,গ্ৰেট ব্ৰিটেইন,ফ্ৰান্স,জাপান,কোৰিয়া,নামিবিয়া ,আৰৱ এমিটাৰছ আদি ৰাষ্ট্ৰৰ চলচ্চিত্ৰক চেৰ পেলাই মহোৎসৱত জিলিকিল অসমৰ ছবি “লাইফ ইন এ পাপেট”৷

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শাখাত শ্ৰেষ্ঠ ছবি অসম তথা ভাৰতৰ “লাইফ ইন এ পাপেট”ৰ বিপৰীতে জুৰীৰ বিশেষ বঁটা লাভ কৰে আমেৰিকাৰ দুখন ছবি ক্ৰমে No Tears For Bankers আৰু On The Day That I Died এ৷সেইদৰে এই শাখাত Audience Choice Award লাভ কৰে চুইডেনৰ ছবি Mareled এ৷একেদৰে এই শাখাত জুৰীৰ বিশেষ উল্লেখ সন্মান লাভ কৰে গ্ৰেট ব্ৰিটেইনৰ ছবি Hannah More আৰু সমালোচকৰ বিশেষ বঁটা লাভ কৰে ৰাছিয়ান ছবি The Jar নামৰ চলচ্চিত্ৰখনে৷একে শাখাত Honourable Mention লাভ কৰে আমেৰিকাৰ ছবি Well Dressed Lie এ ৷

আনহাতে ভাৰতীয় চলচ্চিত্ৰ শাখাত “লাইফ ইন এ পাপেট”ৰ পৰিচালক ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালক আৰু প্ৰযোজনাৰ বঁটা৷ একেই শাখাত চলচ্চিত্ৰখনত পুতলা নাচৰ শিল্পীৰ চৰিত্ৰত অভিনয় কৰা আশা বৰদলৈয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান৷আনহাতে এই শাখাত দিপান্বিতা দাসে লাভ কৰিছে জুৰীৰ বিশেষ সন্মান৷ “লাইফ ইন এ পাপেট”ৰ কাহিনী তথা চিত্ৰনাট্যকাৰ ৰাজেন দাসলৈ আগবঢ়োৱা হৈছে “Best Sript Writer “ৰ সন্মানা৷একেদৰে পৰিচালক ৰাজেন দাসলৈ ভাৰতীয় শাখাত আগবঢ়োৱা হৈছে “Best Cinematographer”ৰ বঁটা৷উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত বিশ্বৰ চলচ্চিত্ৰ জগতৰ তিনিগৰাকী নিৰ্বাচিত পৰিচালকৰ সৈতে মহোৎসৱৰ জুৰীয়ে ভাৰ্চুৱেল প্লেটফৰ্মত মতবিনিময় কৰিব ৷ইয়াৰ ভিতৰত ভাৰতৰ পৰা “লাইফ ইন এ পাপেট”ৰ পৰিচালক ৰাজেন দাসক বাচনি কৰাৰ কথা মহোৎসৱ কৰ্তৃপক্ষই পৰিচালক গৰাকীক অৱগত কৰিছে৷

দাক্ষিণাত্যৰ আন এক ৰাজ্য কেৰালাত বিখ্যাত Orange Film Academy, Mass Media আৰু Folk Films India ই আয়োজন কৰা International Folklore Film Festival ত অসমৰ চলচ্চিত্ৰ”লাইফ ইন এ পাপেট” সমৰণি মহোৎসৱৰ একমাত্ৰ ভাৰতীয় ছবি হিচাপে প্ৰদৰ্শিত হোৱাৰ সন্মান অৰ্জন কৰিছে৷ ৷এই মহোৎসৱত বিশ্বৰ ৪৩ খন দেশে যোগদান কৰা বুলি জানিব পৰা গৈছে৷”ইউৰোপৰ অভিজাত ছবিক চেৰ পেলাই অসমৰ থলুৱা লোককলা পুতলা নাচৰ ওপৰত নিৰ্মাণ কৰা এখন নিভাঁজ অসমীয়া চলচ্চিত্ৰৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে ৰাজেন দাসৰ ওপজা গাওঁ ভালুকী৷এই গাওঁখনৰ প্ৰায়সংখ্যক লোকেই ছবিখনত অভিনয় কৰিছে৷

পৰিচালক ৰাজেন দাসে এই সন্মান অসমৰ পুতলা নাচৰ শিল্পীসকলৰ হাতত অৰ্পণ কৰাৰ লগতে এয়া অসমৰ পুতলা নাচলৈ এক বিৰল স্বীকৃতি বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে৷পৰিচালক ৰাজেন দাসে লগতে কয়-“অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচৰ বিশ্বজনীন প্ৰচাৰ আৰু প্ৰসাৰৰ জৰিয়তে এই লোককলাক পুনৰ উজ্জীৱিত কৰাৰ বাবেই এক দুঃসাহস কৰি চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে৷যাত্ৰাৰ আৰম্ভণিতেই ছবিখনৰ ক্ৰমাগত সাফল্যই আমাক প্ৰেৰণা যোগাইছে৷মই সংবাদ মাধ্যম তথা অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷”উল্লেখ্য যে দাক্ষিণাত্যৰ চেন্নাইত অনুষ্ঠিত হোৱা উৰুৱতী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত যোগদান কৰা কানাডা,আমেৰিকা যুক্তৰাষ্ট্ৰ,ইউ,কে,চুইডেন,জাপান,কোৰিয়া,ৰাছিয়ান ফেডাৰেচন আদি দেশৰ ছবিসমূহ প্ৰতিষ্ঠিত বেনাৰৰ লগতে কোটি কোটি বাজেটত নিৰ্মাণ কৰাৰ তথ্য ৱেৱচাইটত যোগে জানিব পৰা গৈছে৷ইয়াৰ বিপৰীতে কেৱল অসমৰ থলুৱা লোককলা পুতলা নাচক লৈ তথা ভালুকী গাওঁৰ কোনোদিনে কেমেৰাত অভিনয় নকৰা লোকসকলক লৈ পৰিচালক ৰাজেন দাসে সাহসিকতাৰে কম বাজেটত নিৰ্মাণ কৰা “লাইফ ইন এ পাপেট”ৰ এই সাফল্য অসমীয়া চলচ্চিত্ৰৰ বাবে এক আশাৰ বতৰা হিচাপে চিহ্নিত হৈছে৷ছবিখনত অভিনয় কৰা অসম পাপেট থিয়েটাৰৰ প্ৰতিস্হাপক পুতলা নাচৰ শিল্পী নাৰায়ন ডেকাৰ লগতে পুতলা নাচৰ লগত জড়িত শিল্পী সকলো এই সাফল্যত উৎফুল্লিত হৈ পৰিছে৷

পুতলা নাচৰ শিল্পী নাৰায়ন ডেকাই কয়-“পৰিচালক ৰাজেন দাসে চলচ্চিত্ৰখনৰ জৰিয়তে অসমৰ বিলুপ্ত লোককলা পুতলা নাচক এক নতুন জীৱন দিছে৷এই স্বীকৃতি অসমৰ নিঃস্ব পুতলা নাচৰ শিল্পী সকলৰ বাবে এক আশাৰ বতৰা৷”উল্লেখ্য যে মিনাক্ষী দাসৰ সহঃপ্ৰযোজনা আৰু মৃনাল শৰ্মাই প্ৰডাকচন ডিজাইন কৰা ছবিখনত অভিনয় কৰিছে আশা বৰদলৈ,পুতলা নাচৰ শিল্পী নাৰায়ন ডেকা,দিপান্বিতা দাস,হিমাদ্ৰী শৰ্মা,প্ৰকাশ ঠাকুৰীয়া,সোণেশ্বৰ কলিতাক,পাহি,প্ৰিয়ংকা,ৰিমঝিমকে ধৰি ভালুকী গাওঁৰ প্ৰায়সংখ্যক লোক৷”লাইফ ইন এ পাপেট”ৰ সংগীত ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত শিল্পী তৰালি শৰ্মাৰ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: life in a puppet
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d