Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ক’ভিডসৃষ্ট পৰিৱেশৰ পাছত আজি ৰাজ্যৰ চিত্ৰগৃহত প্রথমখন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’ৰ মুক্তি

গুৱাহাটীৰ পাঁচটা ছবিগৃহ সহিতে ৰাজ্যৰ মুঠ ১০ টা ছবিগৃহত মুক্তি, পুতলা নাচ আৰু ইয়াৰ শিল্পীসকলৰ জীৱনৰ ওপৰত ৰচিত হৈছে ছবিখন

publisher by publisher
October 21, 2021
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
ক’ভিডসৃষ্ট পৰিৱেশৰ পাছত আজি ৰাজ্যৰ চিত্ৰগৃহত প্রথমখন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’ৰ মুক্তি
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

Guwahati:গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

Puspadevi Jalan Award:পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

ক’ভিডসৃষ্ট পৰিৱেশৰ পাছত কাইলৈ অসমৰ ছবিগৃহলৈ আহিব প্ৰথমখন নতুন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’ । অসমৰ প্ৰাচীনতম লোককলা পুতলা নাচৰ ওপৰত আধাৰিত ছবিখন কাইলৈ অসমৰ ১০ টা ছবিগৃহত মুক্তিলাভ কৰিব । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেলযোগে এই কথা সদৰী কৰে ছবিখনৰ পৰিচালক ৰাজেন দাসে । তেওঁ কয়, ‘অসমৰ জনজীৱনৰ স’তে সংপৃক্ত তথা অসমৰ স্বাভিমানক প্ৰতিনিধিত্ব কৰা পুতলা নাচ আজি অনাদৃত, অৱহেলিত । পুতলা নাচৰ শিল্পীসকলে অশেষ সংগ্ৰাম আৰু আৰ্থিক দুৰৱস্থাৰ মাজতো পুতলা নাচক জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । তেওঁলোকৰ জীৱন সংগ্ৰামৰ লগতে অসমৰ পুতলা নাচক বিশ্বৰ প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই ছবিখন নিৰ্মান কৰা হৈছে । ছবিখনৰ মূল চৰিত্ৰৰ লগতে কেইবাটাও চৰিত্ৰত পুতলা নাচৰ শিল্পীয়ে অভিনয় কৰিছে ।’

ADVERTISEMENT

উল্লেখ্য, ‘লাইফ ইন এ পাপেট’ ছবিখনে ২০২০ৰ ডিচেম্বৰত কেন্দ্ৰীয় ফিল্ম ব’ৰ্ডৰ চেন্সৰ চাৰ্টিফিকেট লাভ কৰিছে । ছবিখনে ইতিমধ্যে বিশ্বৰ ২০খন আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত মনোনয়ন লাভ কৰাৰ লগতে কে’বাখনো মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে । তেনেদৰে ছবিখনে বিভিন্ন শিতানত প্ৰায় ৩০টা পুৰস্কাৰ লাভ কৰিছে । ইটালী, চিলি, গ্ৰেট ব্ৰিটেইন, চেক ৰিপাব্লিক, শ্লোভাকিয়া, ছুইডেন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ভাৰতৰ কে’বাখনো চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে । শেহতীয়াভাৱে UNESCO দিল্লীস্থ কাৰ্যালয়ে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো চলচ্চিত্ৰখনে মনোনীত হৈ বিশ্বজুৰি প্ৰদৰ্শিত হোৱাৰ সুযোগ লাভ কৰিছে । কাইলৈ ছবিখন গুৱাহাটীৰ মেট্ৰিক্স চিনেমাজ, অনুৰাধা চিনেমা, আইনক্স, গেলেৰীয়া, গ্ৰেণ্ড চিনেজ যোৰহাটৰ আইনক্স, শিৱসাগৰৰ ভাস্কাৰজ্যোতি, তেজপুৰৰ এম্পেৰিয়াৰ, বঙাইগাঁৱৰ জলিমেক্স আৰু তিনিচুকীয়াৰ ৰংঘৰ ট’কীজত ছবিখনে মুক্তিলাভ কৰিব ।

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা নাৰায়ণ ডেকা এগৰাকী পুতলা নাচৰ শিল্পী । তেওঁৰ জৰিয়তে পুতলা নাচৰ শিল্পীসকলৰ মৰ্মবেদনা ছবিখনত জীৱন্ত ৰূপত তুলি ধৰাৰ চেষ্টা কৰা হৈছে বুলি পৰিচালকে জানিবলৈ দিয়ে । ছবিখনৰ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছে আশা বৰদলৈয়ে । লগতে নবাগত দীপান্বিতা দাস আৰু অন্য কে’বাগৰাকী পুতলা নাচৰ শিল্পীয়ে ছবিখনত অভিনয় কৰিছে । ছবিখনৰ সংগীত তৰালী শৰ্মাৰ । উল্লেখ্য, ছবিখনৰ পৰিচালক ৰমেন দাসৰ ওপজা গাঁও ভালুকীয়ত চিত্ৰগ্ৰহণ কৰা হৈছে ।

সংবাদমেলত পৰিচালক ৰাজেন দাসে অসমৰ ৰাইজক এই ছবিখন চাবলৈ আহ্বান জনায় কয়, ‘অসমৰ পুতলা নাচক বিশ্বমুখী কৰাৰ লগতে এই শিল্পটোৰ স’তে জড়িত হৈ থকা শিল্পীসকলক সহায় কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে । অসমত প্ৰায় ডেৰ শতাধিক পুতলা নাচৰ শিল্পীয়ে নীৰৱে এই লোককলাৰ চৰ্চা অব্যাহত ৰাখিছে । অসমৰ ৰাইজে এই ছবিখন চাই তেওঁলোকে কৰি থকা সেই সাধনাক বুজি চাওক । ছবিখনত অভিনয় কৰা শিল্পীসকলে মাননি নোলোৱাকৈ ছবিখন কৰিছে তেওঁলোকৰ বাবে । আমি আমাৰ ছবিখনৰ বাবে এশ শতাংশ দিবলৈ চেষ্টা কৰিছো । আমি অস্কাৰৰ বাবে ছবিখন পঠাব নোৱাৰিলো । কিয়নো তাৰ বাবে প্ৰায় ৮২ হেজাৰ টকাৰ প্ৰয়োজন । যদি সম্ভৱ হয় অহা বছৰ পঠাবলৈ চেষ্টা কৰিম ।’

বৰ্তমান ছবিখন ১০টা ছবিগৃহত মুক্তি দিয়া হ’ব যদিও পৰৱৰ্তী সময়ত অসমৰ গাঁৱে-ভুৱে বিকল্প ব্যৱস্থাৰে ছবিখন দেখুওৱাৰ চেষ্টা কৰিব বুলিও তেওঁ সদৰী কৰে । তদুপৰি তেওঁ পৰৱৰ্তী ছবিখন ওজাপালিৰ ওপৰত নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে । সংবাদমেলত কণ্ঠশিল্পী তৰালী শৰ্মাই অসমৰ ৰাইজক ছবিখন চাবলৈ অনুৰোধ জনাই দৰ্শকে এখন ব্যতিক্ৰম ছবি চাবলৈ পাব বুলি উল্লেখ কৰে ।

তেনেদৰে অভিনেত্ৰী আশা বৰদলৈয়ে হেৰাই যোৱাৰ উপক্ৰম হোৱা পুতলা নাচক পুনৰুজ্জীৱিত কৰাত অসমৰ ৰাইজৰ সহায় সহযোগিতাৰ প্ৰয়োজন হ’ব বুলি কয় । উল্লেখ্য, কাইলৈ গুৱাহাটীৰ বেলতলাৰ মেট্ৰিক্স চিনেমাজত দিনৰ ১১ বজাত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati Press Clublife in a puppetrajen dasTarali Sarma
publisher

publisher

Related Posts

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d