পশ্চিম গুৱাহাটী সমষ্টিৰ অসম-মেঘালয় সীমান্তৰ জয়পুৰ গাওঁত নিশা এটা বনৰীয়া দাঁতল হাতীয়ে উপদ্ৰৱ চলায় । উল্লেখ্য, যোৱা নিশা জয়পুৰ গাওঁৰ কৃষক পৰমেশ্বৰ ৰাভাৰ ঘৰৰ ভড়াল ভাঙি ধান খাই নষ্ট কৰিছে।আনহাতে একে গাওঁৰ ধৰমেশ্বৰ ৰাভা শুই থকা অৱস্থাত ঘৰৰ বেৰ ভগাত কোনো মতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ। ইপিনে দতাল হাতীটোৱে অঞ্চলটোৰ তিনিটাকৈ পৰিয়ালৰ বিস্তৰ খতি সাধন কৰি ওচৰৰ বনাঞ্চললৈ গুচি যায় ।
ৰাণীত হাতীৰ উপদ্ৰৱ
-
By publisher

- Categories: Assam, News
- Tags: Assamman elephant conflict
Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026