বঙাইগাঁৱত আজি আৰম্ভ কৰা হ’ল ক’ৰনা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া ৷ জিলা উপায়ুক্ত ডা:এম এছ লক্ষীপ্ৰিয়াৰ উপস্থিতিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অলি ৰায় চক্ৰৱৰ্তীয়ে প্ৰথম প্ৰতিষেধক গ্ৰহণ কৰে ৷ জিলাখনৰ দুই ঠাইত এই প্ৰতিষেদক প্ৰদান কৰে মুঠ ২০০ জন স্বাস্থ্য কৰ্মী ক’ভিড যোদ্ধাক।
সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাতো আজি ক’ভিড ১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হয়
-
By publisher

- Categories: Assam, COVID-19, India, News
- Tags: AssamBongaigaoncovid vaccination
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025