ক’ভিড আপডেট

kerala coronavirus covid19 120

●ভাৰতৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,০৫,৫৭,৯৮৫ জন ।

●কৰ’নাত সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ২,০৮,৮২৬ জন ।

● যোৱা ২৪ ঘণ্টাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা হৈছে ১৫,১৪৪ জন ।

● কৰ’নাৰ ফলত বিগত ২৪ ঘণ্টাত ১৮১ জন লোকে প্ৰাণ হেৰুৱাইছে ।

●সম্প্ৰতি ভাৰতত মুঠ মৃতকৰ সংখ্যা হৈছে ১,৫২,২৭৪ জন ।

Exit mobile version