কিচমিচৰ উপকাৰিতা সম্পৰ্কে জানো আহক

kismis 1481792612 2642621

★ কিচমিচত আছে বহু উপকাৰী গুণ সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে কিচমিচ খাব লাগে ।

★দৈনিক সীমিত পৰিমাণৰ খিচমিচ গ্ৰহণৰ দ্বাৰা বহু বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।কিচমিচ দেহৰ বাবে যথেষ্ট উপকাৰী।

★ডায়েবেটিছ ৰোগীৰ বাবে কিচমিচ যথেষ্ট উপকাৰী। খিচমিচ সেৱনে ব্লাড চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে।

★প্ৰতিৰোধী ক্ষমতা বঢ়োৱাত কিচমিচে সহায় কৰে।

★বৰ্তমান সময়ত কৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ প্ৰতিৰোধী ক্ষমতা শক্তিশালী হোৱাটো প্ৰয়োজনীয়। গতিকে কিচমিচ ব্যৱহাৰে এই ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰিব।

★বহু লোক এনিমিয়াত ভোগা দেখা যায়। সেই সকল লোকে কিচমিচ খালে উপকাৰ পাব পাৰে।

★কিচমিচে কেঞ্চাৰৰ কোষসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★লিভাৰৰ বাবেও যথেষ্ট উপযোগী এই খিচমচ। গতিকে খাদ্য তালিকাত কিচমিচ সন্নিবিষ্ট কৰক আৰু সুস্থ হৈ থাকক।

★কিচমিচ প্ৰ’টিন, ভিটামিন এ , বি কমপ্লেস্ক, আইৰন, কেলচিয়াম, মেগনেচিয়াম, ফাইবাৰ, শৰ্কৰা, কেলৰী আদিৰ লগতে সুক্ষ্ম পোষক গুণসমৃদ্ধ খনিজ পদাৰ্থৰে (মাইক্ৰ’ নিউট্ৰেন্ট) ভৰপুৰ।

★অন্যহাতে ই শৰীৰৰ ৰোগ নাশক, বেক্টেৰীয়া নাশক, শক্তিবৰ্ধক আৰু অকালবাৰ্ধক্য নাশক।

★কিচমিচ ভিজোৱা পানী ৰাতিপুৱা খালিপেটত খালে শৰীৰৰ অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হয়, পেট পৰিস্কাৰ হোৱাৰ লগতে কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা নানা ৰোগ আৰোগ্য হয়।

★পাচন শক্তি মজবুত হয়। বায়ু, পিত্ত, কফ জনীত বিভিন্ন ৰোগ উপসম হয়।

★এচিডিতি ,দুষিত বায়ু /পিত্ত ৰোগ দুৰ হয়।

★ই বল শক্তি দায়ক আৰু অতি পুষ্টিকাৰক হোৱা হেতুকে ৰুগী্যা, দুৰ্বল আৰু ক্ষীন কায় দেহৰ লোকে পানী বা গাখীৰত উতলাই নিয়মিত সেৱন কৰিলে যথেস্থ উপকৃত হয়।

★পৰিশ্ৰমী, খেলুৱৈ, ব্যা্য়াম, শৰীৰচৰ্চাকাৰী বা এনাৰ্জী লেভেল বৃদ্ধিৰ বাবে উৎকৃষ্ট।

★বিদ্যাৰ্থীৰ মনোযোগ, স্মৃতিশক্তি আৰু সুস্বাস্থ্যৰ বাবে নিয়মিত সথিক মাত্ৰাত খোৱাতো উপযোগী।

★শৰীৰত ৰক্ত বৃদ্ধিকৰায়, ৰক্তবিকাৰ আৰু ৰক্তহীনতাত ভোগা লোকৰ বাবে উৎকৃষ্ট ঔষধী।

★কিচমিচে শৰীৰৰ ওজন বঢ়োৱাত সহায় কৰে ।

★কলেষ্টেৰল আৰু উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন কৰে। হাওঁফাওঁ, যকৃত আৰু হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে।

★কিডনী পৰিস্কাৰ তথা সংক্ৰমন দুৰ কৰে।

★চকু, দাঁত, চুলি আৰু চালৰ যিকোনো সমস্যা লগতে লিভাৰ দৌৰ্বল্য আৰু মুখৰ দুৰ্গন্ধ দুৰ কৰাৰ বাবে কিচমিচ ভিজোৱা পানী খোৱা অতি উপকাৰী।

★গাথি বিষ আৰু হাড়ৰ বাবে উপযোগী এই কিচমিচ ।

★যিকোনো জৰত বা শাৰীৰিক দুৰ্বলতাত কিচমিচ অতি উপকাৰী পথ্য।

★কিচমিচে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।

Exit mobile version