বিজনীৰ বিষ্ণুপুৰত হাতী মানুহৰ সংঘাত

Asian Elephants WW252891

চিৰাঙ জিলাৰ বিজনীত বন্যহস্তীৰ আক্ৰমণৰ ফলত এজন লোক নিহত হয়। নিহত লোকজন ১ নং বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা ৰতন দাস(৩৭)।

জানিব পৰা মতে দেওবাৰে সন্ধিয়া প্ৰায় সাত বজাত বিষ্ণুপুৰ বজাৰৰ পৰা নিজ গৃহৰ বাটত মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত ৰতন দাস নামৰ ব্যাক্তি জন নিহত হয় ।

 

অঞ্চলটোত হাতী মানুহৰ সংঘাতৰ ফলত ইয়াৰ পুৰ্ব্বেও বহু কেইজন লোকৰ মৃত্যু হৈছে ।

Exit mobile version