Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ’ব পাৰে বৃদ্ধি

    আকস্মিক জটিল সংকট!

    ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

    ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

    Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 ক্ৰিকেটৰ বাবে মাতৃৰ স’তে গুৰুদ্বাৰাত নিশা কটাইছিল পণ্টে

publisher by publisher
January 20, 2021
in India, News
Reading Time: 1 min read
0
 ক্ৰিকেটৰ বাবে মাতৃৰ স’তে গুৰুদ্বাৰাত নিশা কটাইছিল পণ্টে
1
SHARES
8
VIEWS
ShareShareShareShare

প্ৰত্যেক সপ্তাহৰ অন্তত মাতৃৰ স’তে উত্তৰাখণ্ডৰ ৰুৰকিৰ পৰা দিল্লীলৈ গৈছিল পণ্টে প্ৰশিক্ষক তাৰক সিনহাৰ পৰা ক্ৰিকেটৰ প্ৰশিক্ষণ ল’বলৈ থকাৰ ঠাইও নাছিল দিল্লীত । হোটেলত থাকিবৰ বাবে আৰ্থিক অৱস্থাও সুচল নাছিল । সেয়েহে গুৰুদ্বাৰাতে তেওঁলোকে নিশা কটাইছিল ।পণ্টে ১৯৯৭ত চাৰি অক্টোবৰত হৰিদ্বাৰত জন্ম গ্ৰহণ কৰে । পিতৃৰ নাম ৰাজেন্দ্ৰ পণ্ট আৰু মাতৃৰ নাম সৰোজ পণ্ট ।

ADVERTISEMENT

ভগ্নী সাক্ষীৰ স’তে ৰুৰকিত ডাঙৰ হয় পণ্টে । দেহৰাদূনৰ ইণ্ডিয়ান পাব্লিক স্কুলৰ প্ৰাক্তন ছাত্ৰজনৰ প্ৰথম ক্ৰিকেট প্ৰশিক্ষক তাৰক সিনহা । তেওঁ পণ্টৰ বেটিং অনুশীলনত অধিক গুৰুত্ব দিছিল । এজন ভাল বেটছমেন হ’বৰ বাবে চকু আৰু হাতৰ সমন্বয়ৰ সাধনৰ কথা কৈছিল ।উইকেট কিপিঙৰ লগতে বেটিং ভাল কৰাৰ বাবে প্ৰশিক্ষক তাৰকৰ ওচৰত কৃতজ্ঞ পণ্ট । অনুৰ্ধ্ব ১৩ আৰু অনুৰ্ধ্ব ১৫ৰ স্তৰত খেলাৰ বাবে পণ্টক ৰাজস্থানত প্ৰেৰণ কৰিছিল তাৰকে ।

RelatedPosts

দিল্লীত সন্ত্ৰাসবাদী আক্ৰমণৰ আশংকা!

ৰিল বনাই থাকোঁতেই ভয়ংকৰ দুৰ্ঘটনা!

দিল্লিত পুনৰ বোমা আতংকঃ একেৰাহে বিদ্যালয়লৈ ভাবুকি, উচ্চ সতৰ্কতা জাৰি

কিন্তু অভিযোগ কৰা হয় যে, সংকীৰ্ণ ৰাজনীতিৰ বাবে পণ্টৰ কেৰিয়াৰ ধ্বংস হ’বলৈ লৈছিল । ২০১৫-১৬ত তেওঁ ৰঞ্জি ট্ৰফিৰে আত্মপ্ৰকাশ কৰে । ২০১৬ত ৰঞ্জি ট্ৰফিৰ ইতিহাসত তেওঁ দ্ৰুততম শতৰাণ কৰিবলৈ সক্ষম হয় । ঝাড়খণ্ডৰ বিৰুদ্ধে দিল্লীৰ হৈ মাত্ৰ ৪৮ বলত শতৰাণ কৰিবলৈ সক্ষম হয় তেওঁ ।২০১৭ৰ ফেব্ৰুৱাৰীত গৌতম গম্ভীৰৰ তত্ত্বাৱধানত দিল্লীৰ ৰঞ্জি‌ দলৰ নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰে পণ্টে ।

অৱশ্যে ইয়াৰ পূৰ্বেই তেওঁ আইপিএল খেলাৰ সুযোগ পাইছিল । এক কোটি ৯০ লাখৰ বিনিময়ত তেওঁক দিল্লী ডেয়াৰডেভিলচে নিৰ্বাচিত কৰে । আইপিএল নিৰ্বাচনীৰ দিনা অনুৰ্ধ্ব ১৯ বিশ্বকাপত শতৰাণ কৰি ভাৰতক ছেমিফাইনেললৈ লৈ যোৱাত ব্যস্ত আছিল পণ্ট ।টি-২০ খেলাৰ পাছত পণ্টৰ ভাৰতীয় দলত অন্তৰ্ভুক্তিৰ পথ মুকলি হয় । তেওঁ ২০১৭ৰ জানুৱাৰীত ভাৰতীয় দলৰ হৈ টি-২০ খেলে । প্ৰতিপক্ষ আছিল ইংলেণ্ড ।

তেওঁ ভাৰতৰ হৈ ‌আন্তৰ্জাতিক টি-২০ত আত্মপ্ৰকাশ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল । তেওঁৰ বয়স আছিল ১৯ বছৰ । এই ৰেকৰ্ড ভংগ কৰে ৱাশ্বিংটনত সুন্দৰে । তেওঁ ১৮ বছৰ বয়সতে টি-২০ খেলে ।সম্প্ৰতি ১৬টা টেষ্টত তেওঁ মুঠ ১০৮০ ৰাণ কৰিছে । গড় ৪৩.৫২ । সৰ্বোচ্চ ১৫৯ । ৬৭ জনক কট বিহাইণ্ড কৰে । দুজনক ষ্টাম্পিং ।বাওঁহতীয়া বেটছমেন পণ্টৰ প্ৰিয় শ্বট পুল । ক্ৰিকেট খেলুৱৈৰ লগতে পণ্ট এজন দক্ষ জিমনাষ্ট ।ব্যক্তিগত জীৱনতো লুক-ঢাক নাই পণ্টৰ ।

প্ৰেমিকা ঈশা নেগিৰ স’তে কটোৱা সময়ৰ ছবি মাজে- সময়ে ছ’চিয়েল মিডিয়াত ছেয়াৰ কৰে তেওঁ । বিগত বৰ্ষত জানুৱাৰীত ঈশাৰ স’তে পাহাৰত বৰফৰ মাজত ছুটি কটোৱাৰ ছবি প’ষ্ট কৰিছিল তেওঁ । প’ষ্টত লিখে ‘তুমি কাষত থাকিলে, নিজকে অধিক ভাল লাগে ।’ইয়াৰ পূৰ্বে জনপ্ৰিয় অভিনেত্ৰী উৰ্বশীৰ স’তেও পণ্টৰ সম্পৰ্কৰ কথা শুনা গৈছিল । দুয়োকে একেলগে নৈশ ভোজনটো দেখা গৈছিল ।কেৰিয়াৰত সাফল্যৰ লগতে ব্যৰ্থতাৰো সন্মুখীন হয় পণ্ট ।

তেওঁৰ কিপিঙক লৈ প্ৰশ্ন উত্থাপন হৈছে । ঋদ্ধিমান সাহা আৰু লোকেশ ৰাহুলৰ স’তে তুলনা কৰিয়ে তেওঁক দলত স্থান দিয়া হয় ।ক্ৰিকেট মহলৰ মতে, কিপিঙত ঋদ্ধিমান আগুৱাই থাকিলেও বেটিঙত পিছ পেলাইছে পণ্টে । অষ্ট্ৰেলিয়াত গাব্বা টেষ্টৰ অন্তিম দিনা তেওঁ অপৰাজিত ৮৯ জয়ৰ অন্যতম অনুঘটক । ফলত ঋদ্ধিমানৰ বাবে প্ৰতিযোগিতা অধিক কঠিন হৈ পৰিল ।বহুবাৰ ব্যৰ্থতাৰ সন্মুখীন হোৱা পণ্টে কয় যে, জাতীয় দলৰ স্থান সদায়েই কণ্টকাপূৰ্ণ । ৰোহিত শৰ্মাৰ স’তে পণ্টৰ অন্তৰংগ ভাল দেখা যায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DELHIIndian cricketerRishabh Pant
publisher

publisher

Related Posts

চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ’ব পাৰে বৃদ্ধি
India

March 12, 2026
আকস্মিক জটিল সংকট!
News

ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

March 12, 2026
ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ
News

ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

March 12, 2026
Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক
Crime

Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

March 12, 2026
বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 
Entertainment

বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

March 12, 2026
Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ
National

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d