ভাৰতত মুকলি কৰা হ’ল ভিভ’ X60 Pro+

★ স্মাৰ্টফোনটোত ১০৮০ প্ৰচেছৰৰ স’তে ৬.৫৫ ইঞ্চিৰ এমোলেড ডিছপ্লে উপলব্ধ।

★ কোম্পানীৰ অফিচিয়েল চাইনা ৱেবছাইট অনুসৰি মডেলটো 8GB+128GB আৰু 12GB+256GB RAM আৰু সংৰক্ষণ মিশ্ৰণত আহিব ।

★ প্ৰাপ্ত তথ্য মতে, X60-ৰ ট্ৰিপল ৰেয়াৰ কেমেৰা ছেটআপ আছে আৰু X60 Pro হাউচ কুৱাড ৰেয়াৰ কেমেৰা ছেটআপ আছে।

★ X60-ত 48MP কেমেৰা, 13MP আলট্ৰাৱাইড, আৰু 13MP প’ট্ৰেইট লেন্স আছে।

★ কোম্পানীটোৱে প্ৰ’ ভেৰিয়েণ্টক 4200 mAh বেটাৰি প্ৰদান কৰিব পাৰে ।

Exit mobile version