দ্বিতীয় পৰ্যায়ৰ টিকাকৰণত প্ৰতিষেধক গ্ৰহণ পাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

view in his second term narendra modi is a more decisive leader

দ্বিতীয় পৰ্যায়ৰ প্ৰতিষেধক গ্ৰহণত প্ৰধানমন্ত্ৰী মোদীৰ লগতে প্ৰতিষেধক প্ৰদান কৰা হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক।

ADVERTISEMENT

তথ্য অনুসৰি, পৰৱৰ্তী পৰ্যায়ত ৫০ বছৰৰ অধিক সকলো ৰাজনৈতিক নেতাসকলে পাব ক’ভিড ভেকচিন।

উল্লেখযোগ্য যে, ক’ৰনা ভেকচিনৰ যি পদ্ধতি প্ৰস্তুত কৰা হৈছে সেয়া ভংগ হোৱাটো প্ৰধানমন্ত্ৰীয়ে নিবিচাৰে ।

Exit mobile version