ক’ভিড আপডেট

1211693320.jpg.0

●বিগত ২৪ ঘণ্টাত নতুনকৈ ১৪ হেজাৰ ২৫৬ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

●ভাৰতৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,০৬,৩৯,৬৮৪ জন।

●ক’ভিডত আক্ৰান্ত হয় মুঠ এক লাখ ৫৩ হেজাৰ ১৮৪ জন লোকে প্ৰাণ হেৰুৱাইছে ।

●বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ১৫২ জনৰ ।

●সৰ্বমুঠ ক’ভিড ৰোগীৰ সুস্থতাৰ সংখ্যা হৈছে ১,০৩ ,০০,৮৩৮ জন ।

●যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ১৭ হেজাৰ ১৩০ জন লোক ।

Exit mobile version