বঙাইগাঁওৰ অভয়াপুৰীত নিশা ৰাইজে জব্দ কৰে চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক

6b2734b2 a678 4853 9bbf 9926ebff1441

বঙাইগাঁও জিলাৰ অভয়াপুৰীত নিশা ৰাইজে আৰক্ষীক গতালে কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক। AS18 2363 নম্বৰৰ ট্ৰাকখন অভয়াপুৰী চহৰৰ মাজেৰে গৈ থাকোতে ৰাইজে সন্দেশৱশতঃ আটক কৰি গটাই দিয়ে আৰক্ষীক।

ট্ৰাকখনত আছিল সৰ্বমুঠ ৫৯ টা শালগছৰ কুণ্ডা । আৰক্ষীয়ে নিশাই ট্ৰাকখন জব্দ কৰি গটাই দিয়ে অভয়াপুৰী বনবিভাগৰ হাতত।কাঠখিনি বৈধ নে অবৈধ পৰীক্ষাৰ বাবে তদন্ত অব্যাহত ৰাখিছে বনবিভাগে।

Exit mobile version