ভাৰতত মুকলি হ’ল LG K42

lg k42 image 1611314055851

●ভাৰতত LG K42  মূল্য একমাত্ৰ ৩জিবি RAM + ৬৪জিবি ষ্ট’ৰেজ ভাৰিয়েণ্টৰ বাবে ১০,৯৯০ টকা নিৰ্ধাৰণ কৰা হৈছে ।

●ফ্লিপকাৰ্টৰ জৰিয়তে বিশেষভাৱে ক্ৰয়ৰ বাবে উপলব্ধ হ’ব এই স্মার্টফোনটো।

●গ্ৰে আৰু সেউজীয়া ৰঙৰ বিকল্পত আহিব LG K42 ।

●৬.৬০-ইঞ্চি ডিচপ্লেত উপলব্ধ হ’ব LG K42।

●১৩-মেগাপিকচেল+৫-মেগাপিকচেল+২-মেগাপিকচেল+২-মেগাপিকচেল Rear কেমেৰা স’তে ৮-মেগাপিকচেল ফ্ৰণ্ট কেমেৰা উপলব্ধ হ’ব LG K42।

●LG K42 স্মার্টফোনটোত বেটাৰী কেপাচিটি আছে ৪০০০mAh ।

● ৬৪ জিবি ষ্ট’ৰেজ সহ ৭২০×১৬০০ পিক্সেল আছে LG K42 ত।

Exit mobile version