কোকৰাঝাৰত নিৰ্বাচনী ৰণডংকা বজাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

73235379

●বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তী অনুষ্ঠানত ভাগ ল’ব গৃহমন্ত্ৰী শ্বাহে ।
●কোকৰাঝাৰত গ্ৰীণ ফিল্ডত অনুষ্ঠিত কৰা হৈছে সমাৰোহ ।
●নিৰ্বাচনৰ প্ৰাক ক্ষণত ৰাইজৰ সমাগমে যথেষ্ট তাৎপৰ্য বহন কৰিছে ।
●সকলো ৰাইজৰ মুখত এতিয়া শান্তি, পৰিৱৰ্তনৰ কথা ।
●কোকৰাঝাৰৰ সমাৰোহত উপস্থিত হোৱাৰ পাছত গৃহমন্ত্ৰীগৰাকী ৰাওনা হ’ব নলবাৰীলৈ ।
●নলবাৰীত বিজেপিৰ বিশাল সমাৰোহ ।
●কেন্দুকুছি ছহীদ মুকুন্দ কাকতি ক্ষেত্ৰত সমাৰোহ অনুষ্ঠিত হ’ব ।
●দুই লক্ষাধিক লোক সমবেত হোৱাৰ সম্ভাৱনা ।
●এই সমাৰোহতে শ্বাহে বজাব ৰণডংকা ।

Exit mobile version