বাগসা জিলাৰ শালবাৰীৰ চমুৱাগাতিত গাতি আঞ্চলিক ছাত্ৰ সন্থাই আজি মানাহ সংযোগী পথত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আইনখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নহ’ব তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে গাতি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জুবিন দাস প্ৰমুখ্যে অন্যান্য কৰ্মীসকলে ৷ ছাত্ৰ সন্থাৰ কৰ্মীসকলে আজি পুৱাৰ ভাগতেই বিজেপি চৰকাৰ গ’ বেক, বিজেপি চৰকাৰ হায় হায়, ৰঞ্জিত দাস মুৰ্দাবাদ, জাতিধ্বংসী আইন নামানো, জাতিধ্বংসী আইন বাতিল কৰক আদি শ্ল’গানেৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
শালবাৰীৰ গাতিত আছুৰ ‘কা’ বিৰোধী আন্দোলন
-
By publisher

Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026