২৪ ঘন্টাৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটোত আহিল এক মিলিয়নতকৈও অধিক লাইক

ujakr1qg modi pic 1 million likes facebook

শনিবাৰে স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ কলকাতাত উপস্থিত হৈছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কলকাতা ভ্ৰমণৰ এখন ছবিয়ে ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত ফেচবুকত এক মিলিয়নতকৈও অধিক লাইক লাভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে প্ৰথমে নেতাজী ভৱন পৰিদৰ্শন কৰে আৰু পাছত সুভাষ চন্দ্ৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে আয়োজিত এক অনুষ্ঠানত অংশ লয়।

কলকাতাৰ ভিক্ট’ৰিয়া মেমৰিয়েল হলত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰি কয় যে, নেতাজী সুভাষ চন্দ্ৰ বসুৱে গৌৰৱান্বিত হ’ব যে দেশখন শক্তিশালী হৈ উঠিছে আৰু নিয়ন্ত্ৰণ ৰেখাৰ (এলঅচি)ৰ পৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) লৈ তেওঁৰ পদাংক অনুসৰণ কৰি আছে ।

Exit mobile version