ক’ভিড আপডেট

full

●বিগত ২৪ ঘণ্টাত নতুনকৈ ১৩ হেজাৰ ২০৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

●ভাৰতৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ১,০৬,৬৭,৭৩৬ জন।

●ক’ভিডত আক্ৰান্ত হয় মুঠ এক লাখ ৫৩ হেজাৰ ৮৭০ জন লোকে প্ৰাণ হেৰুৱাইছে ।

●বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ মৃত্যু হৈছে ১৩১ জনৰ ।

●সৰ্বমুঠ ক’ভিড ৰোগীৰ সুস্থতাৰ সংখ্যা হৈছে ১,০৩ ,৩০,০৮৪ জন ।

●যোৱা ২৪ ঘণ্টাত সুস্থ হৈছে ১৩ হেজাৰ ২৯৮ জন লোক ।

Exit mobile version