ভাৰতত মুকলি কৰা হ’ল Oppo A55 5Gৰস্মার্টফোন

gsmarena 004

●Oppo A55 5জি মিডিয়াটেক ডিমেনিটি ৭০০ Soc ৰ দ্বাৰা 6GB RAMৰ স’তে যোৰা কৰা হৈছে।

●নতুন Oppo A55 5G ৰ মূল্য চীনত একমাত্ৰ 6GB RAM + 128GB ষ্ট’ৰেজ বিকল্পৰ বাবে CNY প্ৰায় ১৮ ,০০০টকা ত নিৰ্ধাৰণ কৰা হৈছে।

●ইয়াত ৱাটাৰড্ৰপ-ষ্টাইল নচ থকা 6.5 ইঞ্চিৰ এইচডি+ (720×1,600 পিক্সেল) এলচিডি আছে।

●6জিবি Ram ৰ স’তে ১৩-মেগাপিকচেল+২-মেগাপিকচেল+২-মেগাপিকচেলত আহিব Oppo A55 5Gৰ স্মাৰ্টফোনটো ।

●Oppo A55 5Gৰ স্মাৰ্টফোনটো  থাকিব ৭২০×১৬০০পিক্সেল ৰিজলিউশ্যন ।

Exit mobile version