গৰ্ভৱতী অৱস্থাত যোগৰ ফটো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিনা কাপোৰ

1611581462 kareena kapoor khan photos 10

কৰিনাৰ ফটোশ্বতৰ দ্বাৰা প্ৰভাৱিত হৈ নেতাসকলে তেওঁক “কুল মা” বুলি অভিহিত কৰিছিল। কিন্তু এইবাৰ একাংশই কৰিনাৰ এই ফটোশ্বুট দেখি গৰিহণা কৰি কয়, কৰিনাই এই ফটো শ্বুটটোৰ জৰিয়তে বুজাব বুছাৰিছে যে সমগ্র ভাৰতত তেওঁৱেই কেৱল অন্তঃসত্বা ।

লগতে আন এজন নেতাই লিখে এইটো কৰিনা কাপোৰ খানৰ পাব্লিচিটি ষ্টান্ট। কোনোবাই লিখিছে, তেওঁ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেধৰণৰ কাম কৰিছে। এই সকলোবোৰ মন্তব্যৰ সাৰমৰ্ম এয়ে যে, ভাৰতৰ বহু মহিলাই অন্তঃসত্বা অৱস্থাত কঠোৰ পৰিশ্ৰম কৰে। কিন্তু তেওঁলোকে সেয়া সামাজিক মাধ্যমত প্ৰচাৰ নকৰে।

এগৰাকী নেতাই কৰিনাৰ ছবিৰ কাষত আন এগৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকৰ ছবি দি তুলনা কৰি লিখে “আপুনি সিদ্ধান্ত লওক যে কাক সন্মান কৰিব। কিয়নো সন্মান সস্তীয়া নহয় ইয়াক অর্জন কৰিব লাগে।”

Exit mobile version