■বিগত ২৪ ঘণ্টাত ১১ হেজাৰ ৬৬৬ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হয় ।
■ভাৰতত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,০৭,০১,১৯৩
■কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মুঠ এক লাখ ৫৩ হেজাৰ ৮৪৭ জন লোকে প্ৰাণ হেৰুৱাইছে ।
■বিগত ২৪ ঘণ্টাত ১২৩ জন ক’ভিড আক্ৰান্ত হৈ লোকৰ মৃত্যু হৈছে ।
■সৰ্বমুঠ সুস্থতাৰ সংখ্যা হৈছে ১,০৩,৭৩,৬০৬
■যোৱা ২৪ ঘণ্টাত ১৪ হেজাৰ ৩০১ জন লোক সুস্থ হৈছে ।
ক’ভিড আপডেট
-
By publisher

Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026