লতাশিল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় কলিতাৰ স’তে এখন্তেক

9eba465e 1ec9 4a54 9b8e 9005b57c90df

আন বহুজনৰ দৰে সৰুতে বিনয় কলিতায়ো সপোন দেখিছিল এজন শিক্ষক হোৱাৰ । কিন্তু পাছলৈ তেওঁ শিক্ষকতা নকৰি অসম আৰক্ষীত যোগ দিলে আৰু বৰ্তমান তেওঁ লতাশিল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। শুনক তেওঁৰ মুখেৰেই এজন আৰক্ষী বিষয়াৰ মনৰ কথা।।

Exit mobile version