ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজ্ম কৰ্পোৰেশ্বন লিমিটেডৰ বিশেষ ৰেলসেৱা ঘোষণা

invest india 1

●ইণ্ডিয়ান ৰেলৱে কেটাৰিং এণ্ড টুৰিজ্ম কৰ্পোৰেশ্বন লিমিটেডৰ বিশেষ ৰেলসেৱা ঘোষণা ।

●বঙাইগাঁওত অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা IRCTC ৰ অনুজ দত্তৰ ।

●বঙাইগাঁওত ভাৰত দৰ্শন বিশেষ পৰ্যটন ৰেলৰ সময়সূচী ঘোষণা ।

●ৰেলখনক জনা যাব “শ্ৰীৰামপথ” নামেৰে ।

●অহা ২৩ ফেব্ৰুৱাৰীত আগৰতলাৰ পৰা শুভাৰম্ভ হ’ব এই বিশেষ ৰেলখনৰ ।

●ৰেলখনে পৰ্যটকসকলক অয্যোধা, বাৰাণসী আৰু প্ৰকাশৰাজ ভ্ৰমণ কৰোৱাব ।

●এজন যাত্ৰীৰ বাবে লোৱা হ’ব ৮৫০৫ টকাকৈ ।

●ইচ্ছুক যাত্ৰীসকলে আই আৰ চি টি চি আঞ্চলিক কাৰ্যালয়, গুৱাহাটীৰ লগত যোগাযোগ কৰিব পাৰিব ।

Exit mobile version