ক’ভিড আপডেট

Testing smartly or Test Test Test

●ভাৰতত বিগত ২৪ ঘণ্টাত ৮,৬৩৫ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ১,০৭,৬৬,২৪৫জন ।

●ক’ভিডত আক্ৰান্ত হৈ মুঠ এক লাখ ৫৪ হেজাৰ ৪৮৬ জন লোকে প্ৰাণ হেৰুৱাইছে ।

●যোৱা ২৪ ঘণ্টাত ৯৪ জন লোকৰ মৃত্যু হৈছে ।

●ইতিমধ্যে সুস্থ হোৱা ক’ভিড ৰোগীৰ সংখ্যা হৈছে ১,০৪,৪৮,৪০৬ জন লোক।

●বিগত ২৪ ঘণ্টাত ১৩ হেজাৰ ৪২৩ জন লোক ক’ভিড মুক্ত হৈছে ।

Exit mobile version